Wednesday 20 March 2013

চৰাই এটি হৈ

চৰাই এটি হৈ
খুটি খুটি  খোৱাহি
দুখৰ ধান

মোৰ বুকুলে চোন
কাহানিও নাহে
ভৰপক আঘোণ
দাই নিব নোৱাৰো দুখৰ ধান

তুমিতো জানাই
মই কঙাল

চৰাই এটি হৈ
খুটি খুটি খোৱাহি  দুখৰ ধান

                      — ময়ূৰ
                       ২০ মাৰ্চ ২০১৩ ৷

No comments:

Post a Comment