হেঁপাহটো জোন ওলমিল বুকুৰ আকাশত -মই চুব নোৱৰা দূৰত্বত
মই হেৰাব নোৱাৰো যি মগ্নতাত মাজৰাতি তাতেই মোচৰ খাই উঠিল কলিজাৰ তেজ ৰঙা গোলাপ
-ময়ূৰ ২০০৯ চন ৷
No comments:
Post a Comment